ফুল নুফুলাকৈ গুটি হোৱা গছ = বনস্পতি — A plant that bears fruit without flowering = Gymnosperm |
শত্ৰুক জয় কৰে যি = শত্ৰুঞ্জয় — One who conquers enemies = Enemy-conqueror |
ৰিপুক জয় কৰে যি = ৰিপুঞ্জয় = One who conquers enemies = Foe-vanquishing |
ধান থোৱা ঘৰ = ভঁৰাল = Granary / place to store paddy |
যি মাছ-মাংস নাখায় = নিৰামিষাহাৰী = One who does not eat fish or meat (Vegetarian) |
ভিক্ষা কৰে যি = ভিক্ষাৰী = One who begs (Beggar) |
যি খুজি মাগি খায় = খোজনীয়া; মগনিয়া = One who begs for food + Beggar |
যি আনৰ বস্তু বলেৰে নিয়ে = ডকাইত = One who forcibly takes others' belongings (Robber) |
যি কথা জনা নাযায় = অজ্ঞাত = That which is not known (Unknown) |
যি কাৰো লগত মিলিব নোৱাৰে = অজীন-পাতকী = One who cannot mix with others (Unsociable) |
দুটা মাহৰ মাজৰ দিন = দোমাহী বা সংক্ৰান্তি = Mid-month day / Sankranti |
যি জনে নিয়মমতে খৰচ কৰে = মিতব্যয়ী = One who spends systematically (Frugal) |
যি সঁচা কথা কয় = সত্যবাদী = One who speaks the truth (Truthful) |
যাৰ আগত জন্ম = অগ্ৰজ = One born earlier (Elder) |
যি নিজে নিজে হয় = স্বয়ম্ভু = One who is self-born (Self-existent) |
যাৰ মূৰত চুলি নাই = তপা = One who has no hair on head (Bald) |
যাৰ আশ্ৰয় নাই = নিৰাশ্ৰয় = One who has no shelter (Shelterless) |
যি কথা লগাই ফুৰে = খলুৱা = One who spreads gossip (Gossiper) |
যি পৰিণাম চিন্তা কৰি কাম কৰে = পৰিণামদৰ্শী = One who acts with foresight (Prudent) |
যি দুই হাত সমানে চলাব পাৰে = সব্যসাচী = One who uses both hands equally (Ambidextrous) |
যি মাটিৰ উৎপাদিকা শক্তি নাই = অনুৰ্বৰা = Land with no fertility (Barren) |
যি বাঢ়িবলৈ ধৰে = বৰ্ধিষ্ণু = One who begins to grow (Growing) |
যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে = কিংকৰ্তব্যবিমূঢ় = One who is confused about duty (Bewildered) |
যি মাতৃৰ এটি মাত্ৰ সন্তান = কাকবন্ধ্যা = Only child of mother |
যি পুৰুষে বিয়া কৰোৱা নাই = অবিবাহিত = Man who is unmarried |
যি নিজকে পণ্ডিত বুলি ভাৱে = পণ্ডিতমন্য = One who considers himself a scholar (Self-proclaimed scholar) |
আনৰ দোষ দেখা স্বভাৱ = অসূয়া = Habit of finding faults in others (Jealousy) |
যাৰ জন্ম নাই = অজ = One who is unborn |
যাৰ পূৰ্বজন্মৰ কথা মনত আছে = জাতিষ্মৰ = One who remembers past life |
যাৰ কথাৰ লাগ বান্ধ নাই = লপা, চেলেপু = One who speaks without restraint (Talkative) |
যি আনৰ মুখলৈ চাই থাকে = পৰমুখাপেক্ষী = One who depends on others (Dependent) |
যাৰ বিবেচনা শক্তি নাই = অবিবেচক = One who lacks judgment (Indiscreet) |
সহজে যি জীণ যায় = লঘুপাকী = That which digests easily (Easily digestible) |
যাৰ কুল আৰু শীল জনা নাযায় = অজ্ঞাতকুলশীল = One whose lineage and character are unknown |
সকলোকে সমানভাৱে দেখা = সমদৰ্শী = One who treats everyone equally (Impartial) |
বিপদৰ সময়ত ওলোৱা বুদ্ধি = প্ৰত্যুৎপন্নমতি = Intelligence that arises in crisis (Presence of mind) |
যি জানিবলৈ ইচ্ছা কৰে = জিজ্ঞাসু = One who wants to know (Inquisitive) |
আগে আগে গমন কৰে যি = অগ্ৰগামী = One who goes ahead (Leader) |
পিছে পিছে গমন কৰে যি = অনুগামী = One who follows (Follower) |
যি কম কথা কয় = মিতভাষী = One who speaks less (Reserved) |
যি দিনত এবাৰ মাত্ৰ আহাৰ কৰে = একাহাৰী = One who eats only once a day |
ঘৰে ঘৰে বস্তু বিক্ৰী কৰি ফুৰা তিৰোতা = পোহাৰী = Woman who sells goods door-to-door (Female hawker) |
নোহোৱা বস্তু সৃষ্টি কৰা = উদ্ভাৱন = Creating something new (Innovation) |
মাটিৰে তৈয়াৰী শিল্পকৰ্ম = মৃৎশিল্প = Art made of clay (Pottery) |
যি মাটিৰে নিৰ্মিত = মৃন্ময় = Made of clay |
মৰো মৰো অৱস্থা = মূমূৰ্ষ = Near-death condition |
যি অনাই বনাই ঘূৰি ফুৰে = যাযাবৰ = One who roams aimlessly (Nomad) |
নাম নধৰাকৈ দিয়া গালি = গুৱালগালি = Abuse without naming (Anonymous insult) |
দেউতাকৰ সখিয়েক = তাৱৈ = Father's female friend |
তাৱৈৰ ঘৈণীয়েক = আমৈ = Wife of father's female friend |
যি আনৰ অধীন নহয় = স্বাধীন = One who is not under others (Independent) |
যি আনৰ অধীন = পৰাধীন = One who is under others (Subordinate) |
গৰু বন্ধা ঘৰ = গোহালি = House where cows are tied (Cowshed) |
ঘোঁৰা বন্ধা ঘৰ = অস্তাবল = Place where horses are kept (Stable) |
যি পথৰ পৰা বিচলিত = পথভ্ৰষ্ট = One who has deviated from the path (Misguided) |
যি কথাৰ অৰ্থ নাই = অৰ্থহীন; নিৰৰ্থক = That which has no meaning (Meaningless) |
যি আনৰ ওপৰত নিৰ্ভৰ কৰে = পৰনিৰ্ভৰশীল = One who depends on others (Dependent) |
যি নিজৰ ওপৰত নিৰ্ভৰ কৰে = আত্মনিৰ্ভৰশীল; স্বাৱলম্বী = One who relies on oneself (Self-reliant) |
যাক কল্পনা কৰিব নোৱাৰি = কল্পনাতীত = That which cannot be imagined (Unimaginable) |
যাৰ আদি নাই = অনাদি = That which has no beginning (Beginningless) |
যাৰ অন্ত নাই = অনন্ত = That which has no end (Endless) |
যাৰ সীমা নাই = অসীম = That which has no limit (Infinite) |
যাক বৰ্ণনা কৰিব নোৱাৰি = অবৰ্ণনীয় = That which cannot be described (Indescribable) |
যাক নিবাৰণ কৰিব নোৱাৰি = অনিবাৰ্য = That which cannot be avoided (Inevitable) |
যাক লংঘন কৰিব নোৱাৰি = অলংঘ্য = That which cannot be violated (Inviolable) |
যাক দেখা নাযায় = অদৃশ্য = That which cannot be seen (Invisible) |
যাক সহজে লাভ কৰিব নোৱাৰি = দুৰ্লভ = That which is hard to obtain (Rare) |
যাক সহজে পোৱা যায় = সুলভ = That which is easily available (Accessible) |
যাৰ নাম নাই = অনামী = One who has no name (Nameless) |
যাৰ সীমা আছে = সসীম = That which has a limit (Finite) |
যাক পৰিহাৰ কৰিব নোৱাৰি = অপৰিহাৰ্য = That which cannot be avoided (Unavoidable) |
যাৰ ধাৰ আছে = ধাৰুৱা = That which is borrowed (Borrowed) |
যি গাঁৱত থাকে = গাঁৱলীয়া = One who lives in a village (Villager) |
যি বিদেশত থাকে = প্ৰবাসী = One who lives abroad (Expatriate) |
বিদেশৰপৰা অহা লোক = বিদেশী = Person coming from a foreign land (Foreigner) |
যি ভয় নকৰে = নিৰ্ভীক = One who does not fear (Fearless) |
আনৰ ভাল দেখিব নোৱাৰা = চকুচৰহা, পৰশ্ৰীকাতৰ = One who cannot tolerate others' happiness (Jealous) |
একে গুৰুৰ শিষ্য = হৰিভকত, সতীৰ্থ = Disciples of the same guru (Fellow disciples) |
একে শ্ৰেণীতে পঢ়া = সহপাঠী = One who studies in the same class (Classmate) |
একে মাকৰ সন্তান = সহোদৰ, সোদৰ = Children of the same mother (Siblings) |
গোটেই জীৱন জুৰি = আজীৱন = Throughout life (Lifetime) |
মাগিলেও ভিক্ষা নোপোৱা সময় = দুৰ্ভিক্ষ = Time when even begging yields nothing (Famine) |
জন্মৰ পৰা অন্ধ যি = জন্মান্ধ = One who is blind from birth (Congenitally blind) |
যি এটা চকুৰে নেদেখে = কণা = One who cannot see with one eye (One-eyed) |
দুৱোটা চকুৰে নেদেখা লোক = অন্ধ = One who cannot see with both eyes (Blind) |
যি কথা কব নোৱাৰে = মুক; বোবা = One who cannot speak (Mute) |
যি শুনাও নাপায়; কথাও ক'ব নোৱাৰে = মুকবধিৰ = One who cannot hear or speak (Deaf-mute) |
শাৰীৰিকভাৱে অক্ষম যি = প্ৰতিবন্ধী = One who is physically disabled (Disabled person) |
যাৰ মাক পিতাক মৰিছে = মাউৰা = One whose parents have died (Orphan) |
যি পুৰুষৰ তিৰোতা মৰিছে = বৰলা; বিপত্নীক = Man whose wife has died (Widower) |
যি তিৰোতাৰ পুৰুষ মৰিছে = বিধৱা = Woman whose husband has died (Widow) |
স্বামী থকা তিৰোতা = সধৱা; আয়তী = Woman whose husband is alive (Married woman) |
নাম গোৱা তিৰোতা = নামতী = Woman who sings devotional songs (Chanter) |
বিহুৰ আগ দিনা = উৰুকা = Day before Bihu festival (Uruka) |
যি দিনত নেদেখে = দিনকণা = Day when one cannot see (Day-blind) |
যি ৰাতি নেদেখে = কুকুৰীকণা = Night when one cannot see (Night-blind) |
দুই ঘৰৰ মাজৰ ঠাই = দোঘোৰা = Space between two houses (Alleyway) |
ঘৰৰ চালৰ পানী পৰা ঠাই = পানী পচা = Place where roof water drips (Drip spot) |
এবাৰ ফল দি মৰা গছ = ওষধি = Plant that dies after bearing fruit once (Herbaceous plant) |
দুই বছৰৰ মূৰত পোৱালি দিয়া গাই = দুৰচী; দোৰাহী = Cow that calves every two years (Biennial calving cow) |
পনীয়া গাখীৰ দিয়া গাই = জলাহী = Cow that gives watery milk |
শিং নথকা গৰু = লাওমূৰা = Cow without horns |
হাল বোৱা গৰু = বলধ = Bull used for ploughing |
ঠেং নথকা ভেকুলীৰ পোৱালি = লালুকী = Froglet without legs |
স্মৰণ কৰিবলগীয়া = স্মৰণীয় = Worth remembering (Memorable) |
যাৰ বিয়া হোৱা নাই = অবিবাহিত; আবিয়ৈ = One who is unmarried |
যাৰ বিয়া হৈছে = বিবাহিত = One who is married |
জিভাৰে চেলেকি চাব পৰা বস্তু = লেহ্য = Item tasted by licking (Lickable) |
জন্তুৰ নিচিনা যি = জান্তব = Animal-like (Brutal) |
যি গৰমো নহয় ঠাণ্ডাও নহয় = কুহুমীয়া = Neither hot nor cold (Mild) |
যি বতৰ শীতো নহয় উষ্ণও নহয় = নাতিশীতোষ্ণ = Neither cold nor warm (Temperate) |
যি ফল কেঁচাও নহয় পকাও নহয় = ডাহেচীয়া = Fruit that is neither raw nor ripe |
মাৰ ভনীয়েক = মাহী = Mother's younger sister |
দেউতাৰ ভনীয়েক = পেহী = Father's younger sister |
মাৰ সতিনীয়েক = বিমাতা, মাহী-মা = Stepmother |
ককাৰ দেউতাক = আজোককা = Great-grandfather (father's uncle's father) |
কঁঠালৰ সৰু কলি = মুচি = Small jackfruit bud |
খাবলৈ অনা সৰু কলপুলি = পচলা = Small vegetable brought to eat |
দাঁত ওলোৱা হাতী = দঁতাল = Tusked elephant |
মাছ মৰা লোক = মাছুৱৈ; মাছমৰীয়া = Person who catches fish (Fisherman) |
যি জলত চৰে = জলচৰ = Creature that lives in water (Aquatic) |
যি স্থলত চৰে = স্থলচৰ = Creature that lives on land (Terrestrial) |
জল আৰু স্থল উভয়তে চৰে যি = উভচৰ = Creature that lives both on land and water (Amphibian) |
যি কণীৰপৰা জন্মে = অণ্ডজ = Born from eggs (Oviparous) |
ঈশ্বৰক বিশ্বাস কৰা লোক = আস্তিক = One who believes in God (Theist) |
ঈশ্বৰক বিশ্বাস নকৰা লোক = নাস্তিক = One who does not believe in God (Atheist) |
গান গোৱা লোক = গায়ক = Person who sings (Singer) |
খেলা ধুলা কৰা লোক = খেলুৱৈ = Person who plays sports (Player) |
মাটিৰ বাচন বৰ্তন তৈয়াৰ কৰা লোক = কুমাৰ = Potter |
লোৰ সামগ্ৰী তৈয়াৰ কৰা লোক = কমাৰ = Blacksmith |
কাঁহৰ সামগ্ৰী তৈয়াৰ কৰা লোক = কঁহাৰ = Bell-metal worker |
সোণ ৰূপৰ অলংকাৰ তৈয়াৰ কৰা লোক = স্বৰ্ণকাৰ; সোণাৰী = Goldsmith / Jeweler |
চিকিৎসা কৰা লোক = চিকিৎসক = Person who treats (Doctor) |
গাঁৱৰ মুখিয়াল ব্যক্তি = গাঁওবুঢ়া = Village elder / headman |
যি উপকাৰ কৰে = উপকাৰী = One who helps (Helpful) |
উপকাৰীৰ উপকাৰ স্বীকাৰ কৰা লোক = কৃতজ্ঞ; অকৃতঘ্ন = Grateful person |
উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰা লোক = কৃতঘ্ন; অকৃতজ্ঞ = Ungrateful person |
বৰষুণ নোহোৱা বতৰ = খৰাং = Rainless weather (Drought) |
যাৰ কোনো নাই = অনাথ = One who has no one (Orphan) |
ৰাতিপুৱাই স্মৰণ কৰাৰ যোগ্য = প্ৰাতঃস্মৰণীয় = Worth remembering in the morning |
যি একো নাজানে = অজ্ঞ = One who knows nothing (Ignorant) |
যি সকলো জানে = সৰ্বজ্ঞ; সৰ্বজান = One who knows everything (Omniscient) |
যাৰ হাত আঁঠুলৈ আহে = অজানুলম্বিত = One whose hands reach the knees |
যি এই লোকৰ নহয় = অলৌকিক = Not of this world (Supernatural) |
দেৱতাৰ গুণ সমৃদ্ধ = দৈৱীয় = Possessing divine qualities (Divine) |
ৰ'দত শুকোৱাসৰিয়হৰ শুকান বঁটা = কাঁহুদি = Dried mustard pod in the sun |
য'ত কোনো মানুহ নাই = নিৰ্জন = Where no people are (Desolate) |
দেশক ভাল পোৱা মানুহ = দেশভক্ত = One who loves the country (Patriot) |
দেশৰ অপকাৰ কৰা মানুহ = দেশদ্ৰোহী = One who harms the country (Traitor) |
দেশৰ বাবে মৃত্যুবৰণ কৰা লোক = শ্বহীদ = One who dies for the country (Martyr) |
গৰু চৰোৱা লোক = গৰখীয়া = Person who herds cows (Cowherd) |
হাতী চৰোৱা লোক = মাউত = Person who herds elephants (Mahout) |
যি আগতে হোৱা নাই বা ঘটা নাই = অভূতপূৰ্ব = Never happened before (Unprecedented) |
যি আগতে হৈছে বা ঘটিছে = ভূতপূৰ্ব = Happened earlier (Former) |
যি কেবল নিজৰ কথা ভাৱে = স্বাৰ্থপৰ; আপোনপেটা = Self-centered person |
যি আনৰ হিতৰ কথা ভাৱে = পৰহিতৈষী = One who thinks of others' welfare (Altruist) |
যি সকলোৰে মাজত প্ৰিয় = লোকপ্ৰিয় = Loved by all (Popular) |
যাক সকলোৱে জানে = বিখ্যাত = Known by all (Famous) |
যাক কোনেও নাজানে = অখ্যাত; অজ্ঞাত = Unknown by all (Obscure) |
কবনলগীয়া কথা; যাক কব নোৱাৰি = অবাচ্য; অকথ্য = Unspeakable words |
যাক শুনিব নোৱাৰি = অশ্ৰাব্য = That which cannot be heard (Inaudible) |
যাৰ জ্ঞান আছে = জ্ঞানী = One who has knowledge (Wise) |
যাৰ ধন আছে = ধনী = One who has wealth (Rich) |
যাৰ মান আছে = মানী = One who has dignity (Honorable) |
যাৰ ঋণ আছে = ঋণী = One who has debt (Debtor) |
যাৰ ঘৰ বাৰী নাই = অঘৰী = One who has no home or land |
যাৰ একো নাই = নিঃস্ব = One who has nothing (Destitute) |
য'ত যাব নোৱাৰি = দুৰ্গম = Where one cannot go (Inaccessible) |
য'ত যাব পাৰি = সুগম = Where one can go easily (Accessible) |
যি বহুত কথা কয় = বহুবল্কী = One who talks a lot (Talkative) |
যি কথা ক'ব জানে; কথা সজাই ক'ব পৰা লোক = কথাচহকী = One who speaks eloquently |
যাৰ মৰণ নাই = অমৰ = One who does not die (Immortal) |
যাৰ ভয় আছে = ভয়াতুৰ = One who is afraid (Fearful) |
স্কুলত পঢ়া ল'ৰা ছোৱালী = ছাত্ৰছাত্ৰী = School-going children (Students) |
যাৰ শত্ৰু নাই = অজাতশত্ৰু = One who has no enemies |
যি ইন্দ্ৰিয়ক দমন কৰিছে = জিতেন্দ্ৰিয় = One who has conquered the senses |
শাক পাচলি কৰা ঠাই = শাকনি = Place for growing vegetables |
ধান খেতি কৰা ঠাই = ধাননি = Place for growing paddy |
যাক আগতে শুনা নাই = অশ্ৰুতপূৰ্ব = Never heard before |
যাক গণনা কৰিব নোৱাৰি = অগণন = That which cannot be counted (Countless) |
যাক কথাৰে প্ৰকাশ কৰিব নোৱাৰি = অনিৰ্বচনীয় = That which cannot be expressed in words |
যি কথা বিশ্বাস কৰিব নোৱাৰি = অবিশ্বাস্য = That which is unbelievable |
যি কাম কৰা উচিত = কৰ্তব্য = That which should be done (Duty) |
যি পুৰি নাযায় = অদাহ্য = That which cannot be burned |
যি নিয়মমতে খৰচ কৰে = মিতব্যয়ী = One who spends systematically (Frugal) |
যি মাটি ফুটি ওলায় = উদ্ভিদ = That which sprouts from soil (Plant) |
যি বিদ্যালাভ কৰিছে = কৃতবিদ্য = One who has acquired education |
বহুতৰ মাজত প্ৰধান = শ্ৰেষ্ঠ = Foremost among many (Best) |
যাক দিব পৰা নাযায় = অদেয় = That which cannot be given |
যাক বধ কৰিব পৰা নাযায় = অবধ্য = That which cannot be killed |
যি গুণীৰ গুণ বুজে = গুণগ্ৰাহী = One who appreciates the qualities of the wise |
বাটে বাটে যোৱা মানুহ = বাটৰুৱা = One who wanders from path to path (Wanderer) |
যাৰ ধৰ্মলৈ ভয় আছে = ধৰ্মভীৰু = One who fears religion (Religiously timid) |
কোনো কাৰ্য কৰিবলৈ স্থিৰ কৰা = কৃতসংকল্প = One who is determined to act (Resolved) |
অশেষ মূল্য যাৰ = অমূল্য = That which is priceless (Invaluable) |
দৰমহা নোলোৱাকৈ কৰা কাম = অবৈতনিক = Work done without salary (Unpaid) |
যোৱাৰ উচিত বা যোগ্য = গন্তব্য; গমনীয় = Destination / Worth going |
কাপোৰ বব জনা তিৰোতা = শিপীনী = Woman who knows weaving |
যি কাম কাজত পাকৈত = কাজী = One who is skilled in work (Expert) |
একে সময়তে হোৱা = সমসাময়িক = Happening at the same time (Contemporary) |
ভৱিষ্যত চিন্তা কৰিব পৰা লোক = দূৰদৰ্শী = One who thinks ahead (Farsighted) |
পি খোৱা বস্তু = পেয় = Something that is drunk (Drinkable) |
বুকুৰে বগাই যোৱা প্ৰাণী = সৰীসৃপ = Creature that crawls with its chest (Reptile) |
যি বিশ্বজনৰ বাবে ভাল = বিশ্বজনীন = Beneficial for all people (Universal) |
যি সৰ্বাংগ ব্যাপি আছে = সৰ্বাংগীণ = That which is all-encompassing (Holistic) |
ফুল থোৱা পাত্ৰ = ফুলদানি = Vessel for placing flowers (Vase) |
যি কথা কোৱা উচিত = বক্তব্য; বচনীয় = What should be said (Statement / Speakable) |
জুই ধৰি ৰখা ঠাই = জুহাল = Place where fire is kept (Hearth) |
নিজৰ ওপজা ঠাই = জন্মভূমি = One’s birthplace (Native land) |
বস্তু বেচা কিনা কৰা ঠাই = বজাৰ = Place for buying and selling goods (Market) |
যি অলপতে শুনে = শহাকণীয়া = One who hears faintly |
যি কাৰো পক্ষত নাথাকে = নিৰপক্ষ = One who is neutral (Impartial) |
যি নিশা চৰে = নিশাচৰ = One who moves at night (Nocturnal) |
যি সহ্য কৰিব পাৰে = সহনশীল = One who is tolerant (Patient) |
যি মিছা কথা কয় = মিছলীয়া = One who tells lies (Liar) |
যি ঘৰত ওপজে = ঘৰ-ওপজা = Born in the house (Native-born) |
যি বনত ওপজে = বনজ = Born in the forest (Forest-born) |
যি নগৰত থাকে = নগৰীয়া = One who lives in the city (Urban dweller) |
বহুতো ল'ৰা ছোৱালী একেলগে পঢ়া ঘৰ = পঢ়াশালি = Place where many children study together (School) |
বিদ্যা শিক্ষা কৰা ঘৰ = বিদ্যালয় = Place of learning (School) |
যি আনলৈ মন দি থাকে = মনোযোগী = One who pays attention to others (Attentive) |
পকী ঘৰ নিৰ্মাণ কৰা লোক = ৰাজমিস্তিৰি = Person who builds permanent houses (Mason) |
ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো কে সমান দেখা জন = সমদৰ্শী = One who treats all equally regardless of religion or caste |
গাখীৰ ,মিঠাই বেচা মানুহক = গাখীৰবেচা = Person who sells milk and sweets |
যি ঠাইত পূজা কৰা হয় = মন্দিৰ = Place where worship is done (Temple) |
যি বস্তু দিব পৰা নাযায় = অদেয় = That which cannot be given |
চুহি খোৱা বস্তু = লেহ্য = Item that is consumed by licking |
নাও বনোৱা মানুহ = নাওজীয়া = Person who builds boats (Boatmaker) |
যি তিনিও কালৰ কথা জানে = ত্ৰিকালজ্ঞ = One who knows past, present, and future |
জন্তুৰ ঘাঁহ যোগান ধৰা মানুহ = পশুখাদ্য যোগানদাৰ = Person who supplies fodder |
যি বাহ বেতৰ কাম কৰে = বেতশিল্পী = One who works with bamboo and cane |
যি ৰাতি ফুলে = নিশাফুল = Flower that blooms at night |
যি জন্ম হয় মৃত্যু বৰণ কৰে = মৰণশীল = One who is born and dies (Mortal) |
কোনো কথা কবলৈ পঠোৱা বিশ্বাসী মানুহ = দূত = Trusted person sent to deliver a message (Messenger) |
যাৰ সাহস আছে = সাহসী = One who has courage (Brave) |
যি ঈশ্বৰক বিশ্বাসী = আস্তিক = One who believes in God (Theist) |
যি বিষ্ণুক উপাসনা কৰে = বৈষ্ণৱ = Worshipper of Vishnu |
একে মাকৰ সন্তান = সহোদৰ = Sibling from the same mother |
যি সঁচা কথা কয় = সত্যবাদী = One who speaks the truth (Truthful) |
যাক দেখা নাযায় = অদৃশ্য = That which cannot be seen (Invisible) |
যাৰ পিছত জন্ম = অনুজ = One born later (Younger sibling) |
ধান থোৱা ঠাই = ভঁৰাল = Place where paddy is stored (Granary) |
অ'ত ত'ত ঘুৰি ফুৰা লোক = অঘৰী = One who roams here and there (Wanderer) |
কাৰো নাম নোলোৱাকৈ দিয়া গালি = গুৱালগালি = Abuse without naming (Anonymous insult) |
গৰু বন্ধা ঠাই = গোহালি = Place where cows are tied (Cowshed) |
বাপেকৰ সখিয়েক = তাৱৈ = Father’s female friend |
তাৱৈৰ ঘৈণীয়েক = আমৈ = Wife of father’s female friend |
যি আনৰ অধীন নহয় = স্বাধীন = One who is not under others (Independent) |
যি পথৰ পৰা বিচলিত = পথভ্ৰষ্ট = One who has strayed from the path (Misguided) |
যি কথাৰ অৰ্থ নাই = নিৰৰ্থক = That which has no meaning (Meaningless) |
যাক কল্পনা কৰিব নোৱাৰি = কল্পনাতীত = That which cannot be imagined (Unimaginable) |
যাৰ আদি নাই = অনাদি = That which has no beginning (Beginningless) |
যাৰ সীমা নাই = অসীম = That which has no limit (Infinite) |
যাক বৰ্ণনা কৰিব নোৱাৰি = অবৰ্ণনীয় = That which cannot be described (Indescribable) |
যাক বাৰণ কৰিব নোৱাৰি = অনিবাৰ্য = That which cannot be avoided (Inevitable) |
যাক লংঘন কৰিব নোৱাৰি = অলংঘ্য = That which cannot be violated (Inviolable) |
যি জনে ভিক্ষাৰে জীৱন নিৰ্বাহ কৰে = ভিক্ষাৰী = One who lives by begging (Beggar) |
আঁঠুলৈ বৈ পৰা = আজানুলম্বিত = One whose hands reach the knees |
ভেকুলীৰ পোৱালি = লালুকি = Froglet |
যি ফল কাঁচাও নহয় পকাও নহয় = ডাহেচীয়া = Fruit that is neither raw nor ripe |
দেউতাৰ ভনীয়েক = পেহী = Father’s younger sister |
কাৱৈ মাছৰ সৰু পোৱালী = কাৱৈচোকোৰা বা কাৱৈতিলা = Baby kawoi fish |
ৰৌ মাছৰ সৰু = ৰৌমণি = Baby rou fish |
মাছৰ পোৱালি = পোনা = Fish fry |
গৰৈ মাছৰ সৰু পনা = গৰৈচিৰিকা = Baby garoi fish |
মাৰ ভনীয়েক = মাহী = Mother’s younger sister |
খাৰণি সনা সৰিহৰ গুৰি = খাৰলি = Mustard root with husk |
দাঁত ওলোৱা হাতী = দঁতাল = Tusked elephant |
মাগুৰ মাছৰ সৰু = মাগুৰজালি = Baby magur fish |
শ’ল মাছৰ সৰু = শ’লঠাৰি = Baby shol fish |
ধানৰ বাকলি = তুঁহ = Husk of paddy |
গোচৰ তৰা মানুহ = গোচৰীয়া = One who files complaints (Complainant) |
গোটেই জীৱন জুৰি = অজীৱন = Lifelong |
নাটক লিখা মানুহ = নাট্যকাৰ = Person who writes plays (Playwright) |
গুৰি সৰিয়হেৰে কৰা খাদ্য = কাঁহুদি = Mustard-based food |
ছবি অঁকা মানুহ = চিত্ৰকাৰ = Person who draws pictures (Artist) |
গধুলি চকুৰে নেদেখা মানুহ = কুকুৰিকণা = One who cannot see in twilight (Night-blind) |
বাঁহ গাজৰ পৰা তৈয়াৰ কৰা খাদ্য = খৰিচা = Food made from bamboo shoots |
যি পুৰুষ ভয়াতুৰ = কাপুৰুষ = Cowardly man |
নাৱত উঠি ব্যৱসায় কৰা লোক = মুদৈ = Trader who sells goods on a boat |
বহুত মানুহ একেলগে যোৱা = সমদল = Group of people moving together |
নোহোৱা বস্তুৰ উদ্ভাৱন = আৱিস্কাৰ = Invention of something that didn’t exist |
পূৰ্ব জন্মৰ কথা যাৰ মনত আছে = জাতিস্মৰ = One who remembers past life |
পুৱাই নাম ল’বলগীয়া = প্ৰাতঃস্মৰণীয় = Worth remembering in the morning |
নিজে নিজে হোৱা = স্বয়ম্ভূ = Self-originated |
যি আনৰ বস্তু বলেৰে কাঢ়ি নিয়ে = ডকাইত = One who forcibly takes others’ belongings (Robber) |
যি মাটিত উতপাদিত শক্তি নাই = অনুৰ্বৰা = Land with no fertility (Barren) |
যাক সহজতে লাভ কৰা যায় = সুলভ = Easily obtainable |
য'ত বহুতো ল'ৰা-ছোৱালীয়ে পঢ়ে = পঢ়াশালী = Place where many children study (School) |
যাক বুজিব পাৰি = বোধগম্য = That which can be understood (Comprehensible) |
বৰষুণ নোহোৱা যি বতৰ = খৰাং = Rainless weather (Drought) |
আহাৰ জীৰ্ণ নোযোৱা কাৰণে হোৱা বেমাৰ = অজীৰ্ণ = Indigestion |
যি ঠাই অতি কষ্টেৰে লঙঘন কৰা যায় = দুৰ্লংঘ্য = Place very difficult to cross |
জুই ধৰি ৰখা যি ঠাই = জুহাল = Place where fire is kept (Hearth) |
যাৰ নাম ৰাতিপুৱাই স্মৰণ কৰা উচিত = প্ৰাতঃস্মৰণীয় = Worth remembering in the morning |
যি ঠাইত অতি ঠাণ্ডাও নহয়, গৰমো নহয় = নাতিশীতোষ্ণ = Neither cold nor hot (Temperate) |
যাৰ একোৱেই নাই = নিঃস্ব = One who has nothing (Destitute) |
যি তিৰোতাই ধান ৰোৱেই = ৰোৱনী = Woman who plants paddy |
যি তিৰোতাই ধান দায় = দাৱনী = Woman who harvests paddy |
হঠাতে হোৱা যি ঘটনা = আকস্মিক = Sudden incident |
যি মাটিত সাৰ নাই = অসাৰুৱা = Land without nutrients |
যি জন কৰ্মত বীৰৰ তুল্য = কৰ্মবীৰ = Heroic worker |
যি জন সাহিত্যত সম্ৰাটৰ তুল্য = সাহিত্য-সম্ৰাট = Emperor of literature |
যি জনে বিয়া কৰোৱা নাই = আবিয়ৈ = Unmarried man |
নোহোৱা বস্তু উদ্ভাৱন কৰোতা = আৱিষ্কাৰক = Inventor |
যি ইন্দ্ৰিয় জয় কৰিব পাৰে = জিতেন্দ্ৰেয় = One who has conquered the senses |
মেলত যি পাৰ্গত = মেলেকী = Skilled in fair or gathering |
যি পুৰুষৰ ঘৈণীয়েক মৰিছে = বৰলা = Widower |
যি নিজক নিজে পণ্ডিত বুলি ভাবে = পণ্ডিতম্মন্য = Self-proclaimed scholar |
যি কৰ্ত্তব্য স্থিৰ কৰিব নোৱাৰে = হতবুদ্ধি = One who is confused about duty |
একে সময়তে হোৱা = সমসাময়িক = Happening at the same time (Contemporary) |
এবাৰ গুটি লাগি মৰা গছ = ওষধি = Plant that dies after bearing fruit once |
লোকক দেখি পাছত যি কৰা যায় = অনুকৰণ = Imitation |
লোকক দেখি পিছে পিছে যোৱা = অনুসৰণ = Following others |
লোকৰপৰা পোৱা নিন্দা = লোকনিন্দা = Criticism from people |
সাহ যাৰ আছে = সাহসী = One who has courage (Brave) |
বটা সাৰিয়হেৰে কৰা চাট্নি = কাহুঁদি = Mustard-based chutney |
মাটিৰ নিচেই সৰু টেকেলি = ভুৰুকা = Small mound of earth |
যি গুণীৰ গুণ বুজিব পাৰে = গুণগ্ৰাহী = One who appreciates virtues |
যাক ভেদ কৰিব নোৱাৰে = অভেদ্য = Impenetrable |
যাক সহজে ভেদ কৰিব নোৱাৰে = দুৰ্ভেদ্য = Difficult to penetrate |
যি পৰৰ ঠাইত বাস কৰে = প্ৰবাসী = One who lives in a foreign place |
যি কষ্ট সহিব পাৰে = কষ্টসহিষ্ণু = One who can endure hardship |
যি উপকাৰী উপকাৰ স্বীকাৰ কৰে = কৃতজ্ঞ = Grateful person |
যাক সহজতে ভাঙিব পাৰে = ভংণ্ডৰ = Easily breakable |
যি কোনো কাম কৰিব নোৱাৰে = অকৰ্মণ্য = Inactive / incapable of work |
যি বিধিসন্মত = বৈধ = Legal / legitimate |
প্ৰাণক পণ কৰি = প্ৰাণপণে = With full effort / risking life |
যি ভবিষ্যত চিন্তা কৰিব নোৱাৰে = অদূৰদৰ্শী = Short-sighted |
যি বাঢ়িবলৈ ধৰিছে = বৰ্দ্ধিষ্ণু = One who is growing |
যাৰ সকলো বস্তু অঁটাকে আছে = আটন্তিয়াৰ = One who possesses everything |
এটা সন্তান হোৱাৰপৰা আন এটা হোৱালৈকে সময় = আনজ = Interval between two births |
যাৰ হাত আঁঠৰ তললৈকে পৰা = আজানুলম্বিত = One whose hands reach below the knees |
কাৰো নাম নধৰাকৈ পৰা গালি = গুৱাল-গালি = Abuse without naming |
যাৰ ধাৰ আছে = ধৰুৱা = Borrowed |
যাৰ সীমা নাই = অসীম = Infinite |
যি আনফালে মন দিয়ে = অন্যমনস্ক = Absent-minded |
যাক নিধাৰণ কৰিব নোৱাৰে = অনিবাৰ্য = Inevitable |
যাক বৰ্ণনা কৰিব নোৱাৰি = অবৰ্ণনীয় = Indescribable |
যাৰ আদি নাই = অনাদি = Beginningless |
যাক পৰিত্যাগ কৰিব নোৱাৰি = অপৰিহাৰ্য = Unavoidable |
যাক কল্পনা কৰিব নোৱাৰি = অকল্পনাতীত = Unimaginable |
বধ কৰিবৰ ইচ্ছা = জিঘাংসা = Desire to kill |
যাৰ বিবেচনা শক্তি নাই = অবিবেচক = Indiscreet |
যি নিশাহে চৰে = নিশাচৰ = Nocturnal |
যি জানিব খোজে বা জানিবলৈ আগ্ৰহী = জিজ্ঞাসু = Curious / inquisitive |
যিটো সুধিবলগীয়া = জিজ্ঞাস্য = That which should be asked |
যাক মূল্য দি কিনিব নোৱাৰে = অমূল্য = Priceless |
মাগিলেও ভিক্ষা নোপোৱা সময় = দুৰ্ভিক্ষ = Famine |
যি কাৰো পক্ষৰ বা ফলীয়া নহয় = নিৰপেক্ষ = Neutral |
কোনো কথাৰ নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ = সঁজাতী = Trusted messenger |
একেজন গুৰুৰে শিষ্য = সতীৰ্থ = Fellow disciple |
যাৰ আগমন আহ্বান কৰা হয় = স্বাগত = Welcomed |
যাক বধ কৰা অনুচিত = অবধ্য = One who should not be killed |
যাৰ সীমা আছে বা যি সামাবদ্ধ = সসীম = Finite |
যাৰ অন্ত নাই = অনন্ত = Endless |
যি নিয়ম মতে খৰচ কৰে = মিতব্যয়ী = Frugal |
যাৰ আশ্ৰয় নাই = নিৰাশ্ৰয় = Shelterless |
যি সহ্য কৰিব পাৰে = সহিষ্ণু = Tolerant |
যি গোচৰ তৰে = গুচৰীয়া = Complainant |
যাৰ ওপৰত গোচৰ তৰে = পদকীয়া = Accused |
যি বিষ্ণুক উপাসনা কৰে = বৈষ্ণৱ = Worshipper of Vishnu |
যি শক্তিক উপাসনা কৰে = শাক্ত = Worshipper of Shakti |
যি শিৱক উপাসনা কৰে = শৈৱ = Worshipper of Shiva |
যি একো নাজানে = অজ্ঞ = Ignorant |
যি ভাষাত পাৰ্গত = ভাষাবিদ্ = Linguist |
যি কণীৰপৰা জন্মে = অণ্ডজ = Born from eggs (Oviparous) |
যি একেলগে পঢ়ে = সহপাঠী = Classmate |
যি নিজৰ পেটলৈহে চিন্তা কৰে = স্বাৰ্থপৰ = Self-centered |
যি সমাপ্ত হোৱা নাই = অসমাপ্ত = Incomplete |
য'ত কোনো মানুহ নাই = জনশূন্য = Desolate |
য'লৈ যোৱা কষ্টসাধ্য = দুৰ্গম = Difficult to reach |
যি অনাই বনাই ঘূৰি ফূৰে = যাযাবৰ = Nomadic |
যাৰ পূৰ্বজন্মৰ কথা মনত আছে = জাতিস্ম |
যাৰ কথাৰ সাঁচ নাই = লগা = One whose speech lacks restraint (Loose-tongued) |
যি মৰো মৰো অৱস্থা হৈছে = মুমুৰ্ষু = One in a dying condition (Critically ill) |
যত মানুহ বেছি = জন-বহুল = Where population is high (Densely populated) |
যাৰ মূৰত চুলি নাই = তপা = One who has no hair on head (Bald) |
যি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে = ভিক্ষাৰী = One who lives by begging (Beggar) |
যি ধন খৰচ নকৰে = কৃপণ = One who does not spend money (Miser) |
যি মাছ-মাংস খায় = আমিষাহাৰী = One who eats fish and meat (Non-vegetarian) |
যি মাছ-মাংস নাখায় = নিৰামিষাহাৰী = One who does not eat fish or meat (Vegetarian) |
যি যোগৰপৰা ভ্ৰষ্ট হৈছে = যোগভ্ৰষ্ট = One who has deviated from spiritual discipline (Fallen from yoga) |
যি অলপতে শুনে = শহাকণীয়া = One who hears faintly (Hard of hearing) |
যি অলপতে ভয় খায় = ভয়াতুৰ = One who gets scared easily (Fearful) |
যি ঘৰত ধান থয় = ভঁৰাল = Place where paddy is stored (Granary) |
যি নানা অভাৱত থাকে = অভাৱী = One who lives in scarcity (Needy) |
জন্তুৰ নিচিনা = জান্তৱ = Animal-like (Brutal) |
যাৰ নাম নাই = অনামা = One who has no name (Nameless) |
যি নিয়মমতে খৰচ নকৰে = অমিতব্যয়ী = One who spends excessively (Extravagant) |
নাম নিদিয়াকৈ দিয়া = বেনামী = Given without a name (Anonymous) |
পনীয়া গাখীৰ দিয়া গাই = জলাহী = Cow that gives watery milk |
বাঁহ-গাজ খুন্দি তৈয়াৰ কৰা খাদ্য-বস্তু = খৰিচা = Food made from crushed bamboo shoots |
মিলি নোহোৱা গুৰি বা বস্তুৰ লগত থকা আধাখুন্দা গুৰি = খৰচি = Mismatched or uneven piece (Half-cut stub) |